পদ খালী জাননী ____•
শিশু ছাত্ৰ - ছাত্ৰী সকলক প্ৰতিভা বিকাশৰ লক্ষ্যৰে NAPPINGHANDFOUNDATION, অসম ৰ অধীনত অসমৰ প্ৰতিটো অঞ্চলত মুকলি কৰিবলৈ লোৱা প্ৰতিভা সন্ধানী পৰিক্ষা সমূহ পৰিচালনা কৰিবলৈ কেন্দ্ৰ সহায়ক / সহায়িকা হিচাপে অসমৰ প্ৰতিখন জিলাৰ পৰা অভিজ্ঞ প্ৰাৰ্থী প্ৰয়োজন।
( পুৰুষ - মহিলা সকলো প্ৰাৰ্থীয়ে দায়িত্ব লব পাৰিব। )
📌 প্ৰাৰ্থী সকলক প্ৰয়োজনীয় যোগ্যতা সমূহ :
শিক্ষা - কমেও দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ।
বয়স - ২০ বছৰৰ ওপৰত।
উপাৰ্জন - মাহিলী ১২ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈ।
📌 কেন্দ্ৰ সহায়ক সকলৰ কাম সমূহ :
কেন্দ্ৰ সহায়ক সকলে প্ৰথমে নিজৰ নিয়োজিত এলেকাত সমিতিৰ সহযোগত পৰিক্ষা কেন্দ্ৰ সমূহ মুকলি কৰিব লাগিব। আৰু নিজৰ নিজৰ অধীনত মুকলি কৰা পৰিক্ষা কেন্দ্ৰ সমূহ পৰিচালনা কৰিব লাগিব।
( কেন্দ্ৰ সহায়ক সকলক কাম সমূহ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ পৰিচালনাৰ দায়িত্ব থাকিব , কেন্দ্ৰ সমূহত প্ৰশিক্ষক সকলক সমিতিৰ পৰা দায়িত্ব প্ৰদান কৰা হব। )
📌 কেন্দ্ৰ সহায়ক পদৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনী নথি - পত্ৰ সমূহ ।
➡ - ফটো
➡ - ভোটাৰ বা আধাৰ কাৰ্ড
➡ - শিক্ষাৰ প্ৰমাণ পত্ৰ
( পৰিচয় পত্ৰ আৰু নিযুক্তি পত্ৰ ৰ বাবে ৫০০ টকা বৰঙণি জমা দিব লাগিব। )
আবেদন সম্পূৰ্ণ কৰাৰ পাছতে কাম আৰম্ভ কৰিব পাৰিব।
কাম সমূহৰ বিষয়ে অধিক জানিবলৈ যোগাযোগ কৰক।
Ph / WhatsApp No - ৬০০৩৪৮৪১৯৭
কাৰ্যালয় - গড়চুক, গুৱাহাটী ( অসম )৭৮১০২৫•
• NAPPINGHANDFOUNDATION ৰ বিভিন্ন জিলাত খালী থকা কেন্দ্ৰ সহায়ক আৰু মেনেজাৰ পদ সমূহৰ বাবে তলত দিয়া লিংক ত অনলাইন আবেদন কৰক।
https://docs.google.com/forms/d/e/1FAIpQLSeL5ttjQRFR4QnYh3Cf0m-E7xXiA4WCYP0Yw6h9IzPs6ilWXg/viewform?usp=publish-editor
অধিক জানিবলৈ যোগাযোগ কৰক
Call / WhatsApp No - 6003484197