📢 জৰুরি নিয়োগ (Job Vacancy)
গুৱাহাটী – কাহিলিপাৰা, সাওকুচি, বেলতলা আদি এলেকাৰ বাবে Field Recruiter প্রয়োজন।
আমাৰ কোম্পানীত Field Recruiter পদত লোক প্রয়োজন, যিজনে Delivery Boy নিয়োগ কৰিব পাৰিব আৰু তেওঁলোকক ঠিকমতে handle কৰিব পাৰিব।
দায়িত্বসমূহ:
• Delivery Boy নিয়োগ কৰা
• Rider/Delivery Boy সকলক manage আৰু handle কৰা
• বিভিন্ন client যেনে Flipkart আৰু BigBasket ৰ কাম সমন্বয় কৰা
• Rider সকলৰ attendance আৰু performance মনিটৰ কৰা
যোগ্যতা:
• Field recruitment বা delivery operation ত অভিজ্ঞতা থাকিলে ভাল
• ভাল communication skill
• Guwahati area ত field ত কাম কৰিব পাৰিব লাগিব
📍 Location: Kahilipara, Sawkuchi, Beltola (Guwahati)
যদি আপুনি আগ্ৰহী, তেন্তে অনুগ্ৰহ কৰি message কৰক / যোগাযোগ কৰক।